Video

সৰ্বানন্দ সোণোৱালে বিশ্বাসঘাতকতা কৰিলে

সৰ্বানন্দ সোণোৱালে বিশ্বাসঘাতকতা কৰিলে
সৰ্বানন্দ সোণোৱালে বিশ্বাসঘাতকতা কৰিলে। যি অসম চুক্তিৰ বাবে সোণোৱাল মুখ্যমন্ত্রীৰ আসনত বহিল, সেই অসম চুক্তিকে উলংঘা কৰা দেখি-শুনিও মাত এষাৰ নামাতিলে সৰ্বানন্দ সোণোৱালে। শ্বহীদ ন্যাসত সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্রীৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল একালৰ সতীৰ্থ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আনকি সৰ্বানন্দ সোণোৱালৰ শিৰৰ পৰা আছুৱে প্রদান কৰা 'জাতীয় নায়ক' উপাধি ওভতাই লোৱাৰ স্পষ্ট ইংগিত প্রদান আছুৰ উপদেষ্টাগৰাকীৰ।